আজি #GMCH চাৰি বছৰীয়া কণমানি অভিমুন্য ৰ বাবে #ৰক্তকণিকাৰ দুজন সক্ৰিয় সদস্যই ৰক্তদান কৰে । তাৰে এজন Abhijit Sarkar । গুৱাহাটী মেডিকেল কলেজত ৰক্তদান কৰাৰ অভিজ্ঞতা থকা সকলে জানিব তাত ৪/৫ ঘণ্টা সময় অপেক্ষা কৰাৰ তিক্ততা । তাত ৰক্তদান কৰি অহা প্রায় সকল ৰক্তদাতাই আপত্তি কৰে কিন্তু অভিজিৎ এজন যি জনে তালৈ ৰক্তদান কৰিবলৈ যাবলৈ কোনোদিন অমান্তি হোৱা নাই 😊 আৰু কোনো অভিযোগ নকৰাকৈ দীৰ্ঘ সময় অপেক্ষা কৰি থাকিও ৰক্তদান কৰি আহে । ভাল হওক তেখেতৰ তাৰেই কামনা কৰিছোঁ লগতে অলেখ কৃতজ্ঞতা যাচিছো ।
Abhijit Sarkar donated blood in Guwahati GMCH on 15/08/2021
No Comments
![](https://www.raktakanika.com/wp-content/uploads/2021/08/WhatsApp-Image-2021-08-31-at-1.51.55-PM-2.jpeg)
Previous Post
Sajid Papu Ali donated blood in Guwahati GMCH on 15/08/2021
Next Post
Rupam Das donated blood in AMCH Dibrugarh on 20/07/2021
Recent Posts
- Riku Ray donated blood in Goalpara Civil Hospital on 07/07/2021 August 31, 2021
- Najrul Hussain Khanikar donated blood in Jorhat Niramoy Hospital on 06/07/2021 August 31, 2021
- Rupam Das donated blood in AMCH Dibrugarh on 20/07/2021 August 31, 2021
- Abhijit Sarkar donated blood in Guwahati GMCH on 15/08/2021 August 31, 2021
- Sajid Papu Ali donated blood in Guwahati GMCH on 15/08/2021 August 31, 2021
Categories
- Uncategorized (6)