Our Blog

Filters

Riku Ray donated blood in Goalpara Civil Hospital on 07/07/2021

Uncategorized
0
আজি পুনৰ এবাৰ ৰক্তদান কৰিলে #ৰক্তকণিকাৰ এজন সক্ৰিয় সদস্য Riku Ray য়ে । তেওঁ #গোৱালপাৰা_চিভিল_হস্পিটেল ত বিপুল ৰাভা নামৰ এজন ৰোগীৰ বাবে ৰক্তদান কৰে । ৰক্তকণিকাৰ সমূহ সদস্যৰ হৈ তেওঁলৈ কৃতজ্ঞতা জনাইছোঁ লগতে তেওঁৰ সুস্বাস্থ্যৰ কামনা কৰিছো ।

Najrul Hussain Khanikar donated blood in Jorhat Niramoy Hospital on 06/07/2021

Uncategorized
0
আজি #যোৰহাটৰ #নিৰাময়_হস্পিটেল ৰ দীপি গগৈ নামৰ ৰোগী গৰাকীৰ বাবে আমাৰ গ্রুপৰ এজন সক্ৰিয় সদস্য তথা ৰক্তদাতা #নজৰুল_হুছেইন_খনিকৰে ৰক্তদান কৰে । #ৰক্তকণিকাৰ হৈ তেখেতলৈ অলেখ কৃতজ্ঞতা যাচিছো লগতে তেখেতৰ সুস্বাস্থ্য ৰ কামনা কৰিছো ।

Rupam Das donated blood in AMCH Dibrugarh on 20/07/2021

Uncategorized
0
Rupam Das এ #তিনিচুকীয়া ৰ পৰা আহি #AMCH ত #ডিগবৈ ৰ ডম্বৰু শইকীয়াৰ বাবে ৰক্তদান কৰে । গ্রুপৰ ৱালত অহা পোষ্টৰ প্ৰতি সঁহাৰি জনাই তেওঁ নিজেই আগবাঢ়ি আহিল ৰক্তদানৰ বাবে । তেখেতৰ মহানুভতাৰ শলাগ লৈছোঁ । শ্ৰী দাস এজন নিয়মীয়া ৰক্তদাতা লগতে ৰক্তকণিকাৰ এজন সক্রিয় সদস্য । তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ…

Abhijit Sarkar donated blood in Guwahati GMCH on 15/08/2021

Uncategorized
0
আজি #GMCH চাৰি বছৰীয়া কণমানি অভিমুন্য ৰ বাবে #ৰক্তকণিকাৰ দুজন সক্ৰিয় সদস্যই ৰক্তদান কৰে । তাৰে এজন Abhijit Sarkar । গুৱাহাটী মেডিকেল কলেজত ৰক্তদান কৰাৰ অভিজ্ঞতা থকা সকলে জানিব তাত ৪/৫ ঘণ্টা সময় অপেক্ষা কৰাৰ তিক্ততা । তাত ৰক্তদান কৰি অহা প্রায় সকল ৰক্তদাতাই আপত্তি কৰে কিন্তু অভিজিৎ এজন যি…

Sajid Papu Ali donated blood in Guwahati GMCH on 15/08/2021

Uncategorized
0
আমাৰ এজন ৰক্তদাতা @Birinchi kumar ৰ ভাগিন চাৰিবছৰীয়া ভাগিন অভিমুন্য ৰ বাবে ৰক্তদান কৰে #ৰক্তকণিকাৰ আনজন সক্রিয় সদস্য Sajid Papu Ali য়ে । তেওঁও আজি প্ৰথম বাৰ #GMCH ত ৰক্তদান কৰিবলৈ গৈ তিক্ত অভিজ্ঞতাৰে পুষ্ট হৈ আহিল 😊 কুশলে থাকক আৰু এনেদৰেই আৰ্ত জনৰ সকাহ হৈ আগবাঢ়ি গৈ থাকক ।

Nilotpal Malakar donated blood in Guwahati Name Care Hospital on 23/08/2021

Uncategorized
0
#ৰক্তকণিকাৰ সক্রিয় সদস্য Nilotpal Malakarএ #গুৱাহাটীৰ #নেমকেয়াৰ হস্পিটেল ত চিকিৎসাধীন এজন ৰোগীৰ বাবে ৰক্তদান কৰে বুলি জনাইছে । তেওঁলৈ কৃতজ্ঞতা জনাইছোঁ । ভাল লাগে এনেকৈ কোনোবাই নিজেই আগবাঢ়ি গৈ ৰক্তদান কৰি আহি আমাক জনালে । তোমাৰ কুশল কামনা কৰিছো ।
Menu